নিউজ ডেস্ক। সৰভোগত এক শোকাৱহ পথ দুৰ্ঘটনা।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৰভোগ শাখাৰ উপ-সভাপতি নিতুল বনিকৰ এক পথ দুৰ্ঘটনাত মৃত্যু।
নেতা গৰাকীৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি এক শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে নিতুল বনিকৰ বিভিন্ন সামাজিক কাম-কাজত জৰিত হৈ আছিল।