পথ দুৰ্ঘটনাত নিহত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উপ-সভাপতি

June 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সৰভোগত এক শোকাৱহ পথ দুৰ্ঘটনা।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৰভোগ শাখাৰ উপ-সভাপতি নিতুল বনিকৰ এক পথ দুৰ্ঘটনাত মৃত্যু।

নেতা গৰাকীৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি এক শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে নিতুল বনিকৰ বিভিন্ন সামাজিক কাম-কাজত জৰিত হৈ আছিল।