পথ দুৰ্ঘটনাত স্কুটী আৰোহীৰ মৃত্যু

November 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ওদালগুৰি ভৈৰৱকুণ্ড পথৰ ধূপগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু।

জানিব পৰা মতে, ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পথৰ ধূপগুৰিত ওদালগুৰি অভিমুখে আহি থকা এজন স্কুটী চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।

এএছ ২৭ ডি৮৫১৯ নম্বৰৰ স্কুটী আৰোহী বিদ্যুৎ বসুমাতাৰী নামৰ লোকজন পথৰ ওপৰত বাগৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।

নিশা সংঘটিত হোৱা দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে নিহত বিদ্যুৎ বসুমতাৰীৰ মুখমণ্ডল চিন্ন-বিচ্চিন্ন হৈ যায়।

লগতে চাওকঃ

পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবেই শিক্ষকে পত্নীক উপহাৰ দিলে ‘তাজমহল’!