পলাশবাৰীৰ ছান ফাৰ্মা কোম্পানীত উৎপাদন কৰা হ’ব ৰেমডেছিভিৰ ইনজেকচন

April 25, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ৰাজ্যত কৰ’ণাৰ ভয়াৱহতাৰ মাজতে এক সুখবৰ।

পলাশবাৰীৰ ছান ফাৰ্মা কোম্পানীত উৎপাদন কৰা হ’ব ৰেমডেছিভিৰ ইনজেকচন।

দেওবাৰে কোম্পানীটোৰ বিষয়ববীয়া সকলৰ সৈতে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় হিমন্ত বিশ্ব শৰ্মা।