পাৰ্টি কৰি থাকােতে আৰক্ষীৰ জালত পৰিল ৪ দুৰ্ধৰ্ষ ডকাইত
October 8, 2021নিউজ ডেস্ক। বঙাইগাঁৱত ডকাইতৰ পাৰ্টি চলি থাকোতে বঙাইগাঁও আৰক্ষীৰ হাহত আটক চাৰি ডকাইতৰ গেং।
বঙাইগাঁও সদৰৰ মাজমজিয়াত পাৰ্টি চলি থাকোতে বঙাইগাঁও আৰক্ষীৰ হাতত আটক এটি চাৰিজনীয়া ডকাইতৰ গেং।
বিভিন্ন জিলাত বাহৰ পাতি দীৰ্ঘদিনৰ পৰা প্ৰায় চলাই আছিল গেংটোৱে ডকাইতিকাণ্ড।
ডকাইতি গেংটোৰ পৰা উদ্ধাৰ কৰা হৈছে হস্তনিৰ্মিত বহুতো অস্ত্ৰ।
সম্প্ৰতি চাৰি ডকাইত বঙাইগাঁও আৰক্ষীৰ জিম্মাত।