পিতনিত সোমাই মৃত্যু চাইকেল চোৰৰ!
February 24, 2022ৰঙাপৰাৰ লেচুবাগানৰ সমীপৰ পিতনিত সোমাই এটা চোৰৰ মৃত্যু।
শোণিতপুৰৰ ৰঙাপাৰাৰ লেচুবাগানৰ সমীপৰ এটা পিতনীত বুধবাৰে উদ্ধাৰ হয় এটা চোৰৰ মৃতদেহ।
উল্লেখ্য যে মঙলবাৰে চােৰটোৱে এখন চাইকেল চুৰি কৰি ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলায়ন চেষ্টা কৰোঁতেই পিতনিত সোমাই পৰে।
চােৰটােৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও প্ৰকৃত পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।
লগতে চাওকঃ
এক বিশেষ কাৰণত নিতৌ ৰে’ল গে’টতে ৰে’ল ৰখায় লোকো পাইলটে! ভিডিঅ’ ভাইৰেল