পুনৰ অৰুণাচলত হত্যাৰ বলি হ’ল এগৰাকী অসমীয়া…
June 17, 2021পুনৰ অৰুণাচলত হত্যাৰ বলী হ’ল এগৰাকী অসমীয়া।
অৰুণাচলী দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে অসমৰ নাওবৈচাৰ এগৰাকী লোকক।
অৰুণাচল প্ৰদেশৰ নাহৰলগুনত সংঘটিত হৈছে এই ঘটনা।
এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত নৈশ চকীদাৰ হিচাপে কৰ্মৰত ছালাম উদ্দিন নামৰ লোক জনক অৰুণাচলী দুৰ্বৃত্তই হানি-খুচি হত্যা কৰে।
এই ঘটনাই এতিয়া লখিমপুৰৰ অসম-অৰুনাচল সীমান্তত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।
মৰনোত্তৰ পৰীক্ষাৰ পিছত লোক জনৰ মৃতদেহ লালুকৰ ২নং কেহুতলীৰ বাসগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।
লগতে চাওকঃ