পুনৰ কাছাৰত গুলীয়াগুলীৰ ঘটনা, শিল কঢ়িওৱা ডাম্পাৰক উদ্দেশ্যি দুৰ্বৃত্তৰ গুলীচালনা…

July 29, 2021 0 By Biraj Kalita

পুনৰ কাছাৰত গুলীয়াগুলীৰ ঘটনা।

 কাছাৰৰ শিল কোৱাৰিত এইবাৰ গুলীয়াগুলী৷

কালাইন ৰেঞ্জৰ হাৰাং কোৱাৰিত শিল কাঢ়াই অনা ড্ৰাম্পাৰক উদ্দেশ্যি দুৰ্বৃত্তৰ গুলিচালনা৷

গুলিচালনাত তিনিখনকৈ ড্ৰাম্পাৰৰ চকা ফুটিছে৷

কোনো মতে প্ৰাণ ৰক্ষা পৰে চালক সকলৰ। 

যাৰ বাবে অঞ্চলজুৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ।

ভয়ত পলায়ন কৰিছে কোৱাৰিৰ শ্ৰমিক, চালক সকল।

উল্লেখ্যে যে, পাহাৰৰ ওপৰৰ পৰা দুৰ্বৃত্তই গুলি চালনা কৰিছে।

ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়া।