পুনৰ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত…
May 29, 2021পুনৰ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মু্খ্যমন্ত্ৰীগৰাকীক।
শুকুৰবাৰে উশাহ-নিশাহত কষ্ট পাইছিল মহন্তই।
দুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক দিল্লীৰ AIIMSৰ পৰা অনা হৈছিল।
তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে ফেচবুকযোগে আশু-আৰোগ্য কামনা কৰিছে তেওঁৰ অনুৰাগীসকলে।
লগতে চাওকঃ