পুনৰ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত…

May 29, 2021 0 By Biraj Kalita

পুনৰ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মু্খ্যমন্ত্ৰীগৰাকীক।

শুকুৰবাৰে উশাহ-নিশাহত কষ্ট পাইছিল মহন্তই।

দুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক দিল্লীৰ AIIMSৰ পৰা অনা হৈছিল।

তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে ফেচবুকযোগে আশু-আৰোগ্য কামনা কৰিছে তেওঁৰ অনুৰাগীসকলে।

লগতে চাওকঃ

স্বামীৰ মৃতদেহৰ সন্মুখত লোৱা প্ৰতিজ্ঞা পূৰণ কৰিলে পুলৱামাৰ শ্বহীদৰ পত্নীয়ে!