পুনৰ মহানগৰীত দিন ডকাইতিঃ বাইকত অহা দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা…

June 25, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা।

বাইকত অহা দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা।

ফটাশীলৰ HDFC বেংকৰ সন্মূখৰ পৰা লুটিলে ধনখিনি।

এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি।

ইন’ভা গাড়ীখনৰ নম্বৰ AS 01 DU 0003।

গাড়ীখনত আছিল ৪০ লাখ টকা, গাড়ীৰ ভিতৰত পৰি যায় ৫ লাখ টকা।

ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ আছিল টকাখিনি।

এখন কলা ৰঙৰ পালচাৰত আহিছিল দুই দুৰ্বৃত্ত।