‘পেগাছাছ’ৰ জালত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু অনুপ চেতীয়া…
July 21, 2021‘পেগাছাছ’ৰ জালত অসমৰ দুগৰাকী নেতা।
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলফা নেতা অনুপ চেতিয়াৰ নাম ‘পেগাছাছ’ৰ তালিকাত।
দুই নেতাৰ ফোন ‘পেগাছাছ’ৰ জৰিয়তে টেপিঙৰ তথ্য লাভ।
The Wire ত প্ৰকাশ পাইছে এই তথ্য।
The entry of his number in the leaked data was also when Thokchom Veewon, an advisor to MSAD, was arrested on charge of sedition for a Facebook post against passing of the CAB in the Rajya Sabha. https://t.co/HwEzk1k6uD
— The Wire (@thewire_in) July 21, 2021
‘কা’ আন্দোলনৰ বাবেই ভাৰত চৰকাৰে দুয়োৰে ওপৰত চকু ৰখাৰ সন্দেহ।
ইজৰাইলী চোৰাংচোৱা তথ্য-প্ৰযুক্তি পেগাছাছৰৰ জৰিয়তে কিছুদিন পূৰ্বে দেশৰ প্ৰায় ৩ শতাধিক ৰাজনৈতিক নেতা, সাংবাদিক, সংগঠনৰ নেতাৰ ফোন টেপিঙৰ তথ্য পোহৰলৈ আহিছিল
নৰেন্দ্ৰ মোডী চৰকাৰে ইজৰাইলী চোৰাংচোৱা তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি এইসকল নেতা, সাংবাদিকৰ ফোন টেফিঙৰ আভিযোগ উঠিছে।