বকোৰ হাহিম বজাৰত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল চাৰিখনকৈ দোকান!

December 24, 2020 0 By NEWS DESK

বকোৰ হাহিম বজাৰত বিধ্বংসী অগ্নিকাণ্ড।

ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

প্ৰণৱ ষ্টোৰ নামৰ এখন দোকানত পেট্ৰ’ল মজুত থকাৰ বাবে অগ্নিকাণ্ডই ভয়াবহ ৰূপ লয়।