বকোৰ ৰাজাপাৰাৰ শিৱ মন্দিৰত চুৰিকাণ্ড
February 9, 2022নিউজ ডেস্ক। বকোৰ ৰাজাপাৰাৰ সাৰ্বজনীন শিৱ মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈছে।
নিশা মন্দিৰৰ তলা ভাঙি চোৰে চলায় উপদ্ৰৱ ।
শিৱ মন্দিৰটোৰ বিগ্ৰহ চুৰি কৰাৰ লগতে প্ৰণামীৰ ধনসহ মন্দিৰৰ সা-সম্পদ চুৰি কৰে চোৰে।
মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে ৮০/৮৫ হাজাৰ টকাৰ সা-সম্পত্তি চুৰি কৰিছে চোৰে।
ঘটনা সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে বকো আৰক্ষী থানাত গোচৰ ৰুজু কৰে।