বজাৰত উভৈনদী লেকমীৰ নকল সামগ্ৰী, জব্দ আৰক্ষীৰ
October 6, 2021নিউজ ডেস্ক। মহিলাসকল সাৱধান!
পূজাৰ বজাৰত ভৰি পৰিছে বিভিন্ন নকল প্ৰসাধন সামগ্ৰী।
পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী। কিন্তু নগাঁৱৰ প্ৰসাধন সামগ্ৰীৰ দোকানত ভৰি পৰিছে নকল সামগ্ৰী।
নগাঁৱত আৰক্ষীয়ে জব্দ কৰিছে লেকমিৰ নকল সামগ্ৰী।
নগাঁৱৰ বৰবজাৰস্থিত এখন দোকানৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নকল লেকমিৰ সামগ্ৰী জব্দ কৰে। ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।