বনভােজ খাবলৈ গৈ সলিল সমাধি যুৱকৰ

December 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বনভোজ খাবলৈ যোৱাই কাল হ’ল এজন যুৱকৰ।

বৰচলা সমষ্টিৰ বৰডুবিয়াৰ নিলমণি দাস নামৰ যুৱকজন বনভোজ খাবলৈ গৈ সন্ধানহীন।

৩ দিন ধৰি উদ্ধাৰ অভিযান চলি আছে যদিও এইপৰ্যন্ত কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই এছডিআৰএফ আৰু এনডিএফ বাহিনীয়ে।

উল্লেখ্য যে যোৱা ২৫ ডিচেম্বৰ তাৰিখে পানীমূৰত বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিছিল নিলমণি দাস নামৰ যুৱকজনৰ।

দুদুিন ধৰি বৰডুবিয়াৰ গাঁৱত উক্ত ঘটনাকলৈ এক শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে।