বন বিভাগৰ খালি হৈ থকা পদ শীঘ্ৰেই পুৰণ কৰা হ’বঃ মন্ত্ৰী বিমল বৰা…
June 3, 2021বন বিভাগৰ খালি হৈ থকা পদ শীঘ্ৰেই পুৰণ কৰা হ’ব।
কাজিৰঙাত উপস্থিত হৈ এই মন্তব্য সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন মন্ত্ৰী বিমল বৰা।
চৰকাৰী পৰ্যটন নিবাস অৰণ্য আৰু বনানি পৰিদৰ্শন মন্ত্ৰীগৰাকীয়ে কয়-‘বন বিভাগৰ খালি হৈ থকা পদ পুৰণ কৰা হ’ব।১ লাখ নিযুক্তিৰ ভিতৰতে থাকিব বন বিভাগৰ নিযুক্তিও।’
অহা ডেৰ বছৰত ১ লাখ যুৱক যুৱতীক মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি বুলিও মন্তব্য কৰে মন্ত্ৰী বৰাই।