বলীউডৰ অভিনেতা ছনু ছুডক পঞ্জাবৰ ক’ভিড টিকাকৰণ অভিযানৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি

April 12, 2021 0 By Biraj Kalita

লকডাউনৰ সময়ত প্রব্রজিত শ্রমিকক বিভিন্ন ধৰণে সহায় কৰি মহানুভৱতাৰ নিদৰ্শন আগবঢ়াই আহিছে বলীউডৰ জনপ্রিয় অভিনেতা ছনু ছুডে।

শেহতীয়াভাৱে বলীউডৰ জনপ্রিয় অভিনেতা গৰাকীক পঞ্জাব চৰকাৰে ৰাজ্যখনৰ ক’ভিড টিকাকৰণ অভিযানৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্ত প্ৰদান কৰা হৈছে৷

পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে দেওবাৰে এই কথা ঘোষণা কৰে৷

ইয়াৰ পূর্বে শনিবাৰে জনপ্রিয় অভিনেতাগৰাকীয়ে মুখ্যমন্ত্রী সিঙক চৰকাৰী আৱাসত সাক্ষাৎ কৰিছিল৷