বলীউদৰ মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ দেহত কৰ’ণাৰ অৱস্থিতি!

December 22, 2020 0 By NEWS DESK

দেশত নতুন ৰূপত আৰম্ভ হৈছে কৰ’ণাৰ সংহাৰ।

বলীউদৰ মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ দেহত ধৰা পৰিছে কৰ’ণা।

মঙলবাৰে অভিনেত্ৰী গৰাকীৰ আক্ৰান্ত হয় কৰ’ণাত।

অভিনেত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰিছে।

বৰ্তমান কোৱাৰেন্টাইনত আছে অভিনেত্ৰী গৰাকী।

অভিনেত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কোভিড ১৯ৰ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।