বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান…
March 13, 2022বস্ত্ৰ নগৰী শুৱালকুছিত প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান।
অসম ভ্ৰমণলৈ অহা ক্ৰিকেটাৰজন হঠাৎ উপস্থিত হয় বস্ত্ৰ নগৰী শুৱালকুছিত।
উপস্থিত হৈ শুৱালকুছিত উৎপাদিত বস্ত্ৰ শিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনী সকলৰ লগত মত বিনিময় কৰে।
লগতে ক্ৰয় কৰে মুগাৰ টাই, মুগাৰে উৎপাদিত টুপী,বেল্ট আৰু এৰী কাপোৰসহ বিভিন্ন সামগ্ৰী।
ইপিনে, টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ওচৰতে পাই শিপিনীসকল আনন্দিত হৈ পৰে।
লগতে চাওকঃ
উত্তৰ পূবৰ ক্ৰিকেট খেলুৱৈক প্ৰশিক্ষণ দিব পাঠান ভাতৃদ্বয়ে, অৰুণাচলত একাডেমী মুকলি