বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ দেহত কৰ’ণাৰ অৱস্থিতি!

December 13, 2020 0 By NEWS DESK

বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ দেহত কৰ’ণাৰ অৱস্থিতি।

দেওবাৰে ছ’চিয়েল মিডিয়াযোগে নিজেই এই কথা সদৰি কৰিছে মন্ত্ৰী গৰাকীয়ে।

ইতিমধ্যে নেতাগৰাকী হোম আইছ’লেশ্যনত আছে বুলি জানিব পৰা গৈছে।

দেহত কৰ’ণাৰ লক্ষণ দেখা দিয়াৰ পাছতে তেওঁ প্ৰথমে কৰ’ণাৰ পৰীক্ষা কৰায়।

কৰ’ণাৰ পৰীক্ষাত নেতাগৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে।