বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ দেহত কৰ’ণাৰ অৱস্থিতি!
December 13, 2020বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ দেহত কৰ’ণাৰ অৱস্থিতি।
দেওবাৰে ছ’চিয়েল মিডিয়াযোগে নিজেই এই কথা সদৰি কৰিছে মন্ত্ৰী গৰাকীয়ে।
ইতিমধ্যে নেতাগৰাকী হোম আইছ’লেশ্যনত আছে বুলি জানিব পৰা গৈছে।
कोरोना के शुरूआती लक्षण दिखने पर मैंने टेस्ट करवाया और रिपोर्ट पॉजिटिव आई है। मेरी तबीयत ठीक है, डॉक्टर्स की सलाह पर होम आइसोलेशन में सभी दिशा- निर्देशो का पालन कर रहा हूँ। मेरा अनुरोध है, जो भी लोग गत कुछ दिनों में संपर्क में आयें हैं, कृपया स्वयं को आइसोलेट कर अपनी जाँच करवाएं।
— Jagat Prakash Nadda (@JPNadda) December 13, 2020
দেহত কৰ’ণাৰ লক্ষণ দেখা দিয়াৰ পাছতে তেওঁ প্ৰথমে কৰ’ণাৰ পৰীক্ষা কৰায়।
কৰ’ণাৰ পৰীক্ষাত নেতাগৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে।