বিলাসীপাৰাৰ বাবুৰহাট বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান!

December 26, 2020 0 By NEWS DESK

বিলাসীপাৰাৰ বাবুৰহাট বজাৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ৮ খন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

এই অগ্নিকাণ্ডত প্ৰায় ত্ৰিশ লক্ষাধিক টকা মূল্যৰ বয় বস্তু জাহ যায় বুলি বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত বিলাসীপাৰা অগ্নিনিৰ্বাপন বাহিনীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।