বিশিষ্ট সমালোচক, শিক্ষাবিদ ডঃ দিলীপ বৰুৱাৰ দেহাৱসান…
May 27, 2021বিশিষ্ট সমালোচক, শিক্ষাবিদ ডঃ দিলীপ বৰুৱা আৰু নাই।
সাহিত্যিক, সমালোচক ড০ দিলীপ বৰুৱাৰ দেহাৱসান।
বৃহস্পতিবাৰে পুৱা যোৰহাটৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই।
ড০ বৰুৱাই কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়, বৰ্ধমান বিশ্ববিদ্যালয়তো অধ্যাপন কৰিছিল বৰুৱা।
তেখেতৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।