বিশিষ্ট সাহিত্যিক ড০ মহেন্দ্ৰ বৰপূজাৰীৰ দেহাৱসান।
বুধবাৰে নিশা ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ড০ বৰপূজাৰীয়ে।
তিনিচুকীয়াত ইতিহাস চৰ্চাৰ পুৰোধা ব্যক্তি গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
নিশাৰ ভিতৰতে জয়পুৰলৈ অনা হ’ব তেওঁৰ নশ্বৰ দেহ।
বৃহস্পতিবাৰে সম্পন্ন কৰা হ’ব তেওঁৰ শেষকৃত।