বিশেষ বিমানযোগে কানাডাৰ পৰা অসমলৈ অনা হ’ল অক্সিজেনৰ কনচেন্ট্রেটৰ…
June 20, 2021কৰ’ণাৰ সংক্ৰমণৰ মাজতে ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।
কানাডাৰ পৰা অসমলৈ অনা হ’ল অক্সিজেনৰ কনচেন্ট্রেটৰ।
বিশেষ বিমানযোগে অসমলৈ অনা হ’ল অক্সিজেন।
পুৱতি নিশা বৰঝাৰত অৱতৰণ কৰে বিমানখনে।
গুৱাহাটীৰ লগতে শিলচৰ, কৰিমগঞ্জলৈ প্ৰেৰণ কৰা হ’ব কনচেন্ট্রেটৰসমূহ।
জানিব পৰা অনুসৰি অসমে প্ৰথমবাৰৰ বাবে কানাডাৰ পৰা অক্সিজেন কনচেণ্ট্ৰেটৰ লাভ কৰিছে।
ৰেড ক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ উদ্যোগত এই প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীখিনি অসমলৈ অনা হৈছে।