বিশ্ব পৰিবেশ দিৱসৰ দিনাই আৰক্ষীৰ হাতত জব্দ কাঠৰ কুণ্ডা ভৰ্তি দুখন কৈ ট্ৰাক…

June 6, 2021 0 By Biraj Kalita

অবৈধ বেহাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

বিশ্ব পৰিবেশ দিৱসৰ দিনাই আৰক্ষীয়ে হাতত জব্দ কাঠৰ কুণ্ডা ভৰ্তি দুখন কৈ ট্ৰাক।

তিনিচুকীয়া পানীতোলা আৰক্ষীয়ে জব্দ কৰে ট্ৰাক দুখন।

অৰুণাচলৰ নামফাই ৰ পৰা মঙ্গলদৈ অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে ট্ৰাক দুখন।

ট্ৰাক কেইখনৰ নম্বৰ ‍AS 01 JC 2417 আনখন AS01GC9624 পানীতোলা আৰক্ষীয়ে জব্দ কৰে ট্ৰাক ২খন।

ইতিমধ্যেই বন বিভাগক চমজাই দিয়ে ট্ৰাক দুখন।