বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ৰ পৰা ক’ভিড ৰোগীৰ পলায়ন

April 24, 2021 0 By Biraj Kalita

বোকাখাতৰ চিকিৎসালয়ৰ পৰা পলায়ন কভিড ৰোগীৰ।

বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন এজন ক’ভিড ৰোগীয়ে।

গুৱাহাটীৰ হেমন্ত চৰেন নামৰ ২৪ বছৰীয়া ৰোগী জন নুমলীগড়ৰ কভিড পৰীক্ষা কেন্দ্ৰৰ পৰা শুকুৰবাৰে বোকাখাতৰ চিকিৎসালয়ত ভৰ্তি হৈছিল।

শনিবাৰে কাহিলি পুৱা চিকিৎসালয় খনৰ ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা পলায়ন ৰোগীজনে।

তিমধ্যেই চিকিৎসালয় কৰ্তৃপক্ষই বোকাখাতৰ
আৰক্ষীক অৱগত কৰাৰ কথা ব্যক্ত কৰিছে চিকিৎসালয় খনৰ চিকিৎসা অধীক্ষক ডা:অপূৰ্ব শৰ্মাই।