বৰদিনৰ দিনাই অসমে লাভ কৰিব ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৭টা ৰাষ্ট্ৰীয় ঘাইপথ!

December 24, 2020 0 By NEWS DESK

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সৈতে দেশৰ আন প্ৰান্তৰে যোগাযোগ ব্যৱস্থা টনকিয়াল কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰ ল’বলৈ আগবাঢ়িছে বৃহৎ পদক্ষেপ।

বৰদিনৰ দিনা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব বৃহত্‍ আঁচনি।

বৰদিনৰ দিনাই অসমে লাভ কৰিব ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৭টা ৰাষ্ট্ৰীয় ঘাইপথ

বৰদিনৰ দিনাই আধাৰশিলা স্থাপন হ’ব সৰ্বমুঠ ২৭টা ৰাষ্ট্ৰীয় ঘাইপথৰ।

শুকুৰবাৰে দিনৰ ১ বজাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকৰীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ।

অসমে লাভ কৰিব ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ২৭টা ৰাষ্ট্ৰীয় ঘাইপথ।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ তত্বাৱধানত আৰম্ভ হ’বলগীয়া এই প্ৰকল্পত ব্যয় হ’ব ২,৩৬৬ কোটি টকা।