ভয়ংকৰ অগ্নিকাণ্ড! শগুণা ফুডছ প্ৰাইভেট লিমিটেডত অগ্নিকাণ্ড…
August 30, 2021কলিয়াবৰত ভয়ংকৰ অগ্নিকাণ্ড।
কলিয়াবৰৰ ভোমোৰাগুৰিস্থিত শগুণা ফুডছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত অগ্নিকাণ্ড।
কণীৰ ফিলাৰত জুই লাগি সূত্ৰপাত হয় অগ্নিকাণ্ডৰ।
কলিয়াবৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ আৰু আমবাগানৰ এখন গাড়ী আহি অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
অগ্নিকeণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে।