ভাল খবৰঃ বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা…
July 22, 2021ৰাজ্য বাসীৰ বাবে এক ভাল খবৰ।
টকিঅ’ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁই।
ৰিঙত ননমাকৈয়ে প্ৰি-কোৱাৰ্টাৰলৈ লাভলীনা।
প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী লাভলীনা।
ৱাক অভাৰ পোৱা বাবে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ লাভলীনাৰ।
২৪ জুলাইত আছিল লাভলীনাৰ প্ৰথমখন খেল।
প্ৰি-কোৱাৰ্টাৰত লাভলীনাৰ বিৰুদ্ধে খেলিব জাৰ্মানীৰ নাদিন এপেজ।
২৭ জুলাইত অনুষ্ঠিত হ’ব পৰৱৰ্তী খেল।