ভাল খবৰঃ বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা…

July 22, 2021 0 By Biraj Kalita

ৰাজ্য বাসীৰ বাবে এক ভাল খবৰ।

টকিঅ’ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁই।

ৰিঙত ননমাকৈয়ে প্ৰি-কোৱাৰ্টাৰলৈ লাভলীনা।

প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী লাভলীনা।

ৱাক অভাৰ পোৱা বাবে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ লাভলীনাৰ।

২৪ জুলাইত আছিল লাভলীনাৰ প্ৰথমখন খেল।

প্ৰি-কোৱাৰ্টাৰত লাভলীনাৰ বিৰুদ্ধে খেলিব জাৰ্মানীৰ নাদিন এপেজ।

২৭ জুলাইত অনুষ্ঠিত হ’ব পৰৱৰ্তী খেল।