ভাৰতীয় সেনাৰ পৰৱৰ্তী উপ-সেনা প্ৰধান হ’ব লেঃ জেনেৰেল চিপি মহান্তি!

January 27, 2021 0 By Biraj Kalita

ভাৰতীয় সেনাৰ পৰৱৰ্তী উপ-সেনা প্ৰধান হ’ব লেঃ জেনেৰেল চিপি মহান্তি।

১ ফেব্ৰুৱাৰীত পৰৱৰ্তী উপ-সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল চিপি মহান্তিয়ে।

লেফটেনেণ্ট জেনেৰেল এছকে ছাইনীৰ অৱসৰ গ্ৰহণৰ পিছতে চিপি মহান্তিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব।

উল্লেখ্য যে তেওঁ বৰ্তমানৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ ৰূপে দক্ষিণ সেনা কমাণ্ডাত (Southern Army Commander)  কৰ্মৰত আছে।