ভাৰতীয় সেনাৰ পৰৱৰ্তী উপ-সেনা প্ৰধান হ’ব লেঃ জেনেৰেল চিপি মহান্তি!
January 27, 2021ভাৰতীয় সেনাৰ পৰৱৰ্তী উপ-সেনা প্ৰধান হ’ব লেঃ জেনেৰেল চিপি মহান্তি।
১ ফেব্ৰুৱাৰীত পৰৱৰ্তী উপ-সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল চিপি মহান্তিয়ে।
লেফটেনেণ্ট জেনেৰেল এছকে ছাইনীৰ অৱসৰ গ্ৰহণৰ পিছতে চিপি মহান্তিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব।
উল্লেখ্য যে তেওঁ বৰ্তমানৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ ৰূপে দক্ষিণ সেনা কমাণ্ডাত (Southern Army Commander) কৰ্মৰত আছে।