ভাৰত পাক যুদ্ধৰ ৫০ বছৰ সম্পূৰ্ণ, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বিজয় দিবস পালন!
December 16, 2020ভাৰত পাক যুদ্ধৰ ৫০ বছৰ সম্পূৰ্ণ, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বিজয় দিবস পালন।
১৯৭১ চনৰ ভাৰত পাক যুদ্ধৰ ৫০ বছৰ সম্পূৰ্ন হোৱা বাবে বুধবাৰে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বিজয় দিবস পালন কৰা হয় ।
এই বিজয় দিবসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ লগতে উপস্থিত থাকে চিডিএছ বিপিন ৰাৱাটৰ লগতে সেনাৰ তিনিওটা অংশৰ প্ৰধান ।
প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অমৰ জ্যোতিত “গল্ডেন বিজয় টৰ্চ” প্ৰজ্জ্বলন কৰে।