ভূমিকম্পৰ পিছতে মুখ্যমন্ত্ৰীলৈ ফোন কৰি ক্ষয় ক্ষতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে

April 28, 2021 0 By Biraj Kalita

পুৱাই প্ৰবল ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হ’ল বিস্তৰ ক্ষতি।

ভূমিকম্পৰ পিছতে মুখ্যমন্ত্ৰীলৈ ফোন কৰি খবৰ ল’লে মোডীয়ে।

টেলিফোনত কথা পাতিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটযোগে সকলো ধৰনৰ সহায় সহযোগৰ প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।