ভূমিকম্পৰ ফলত গুৰুতৰভাৱে আহত অভিনেত্ৰী মাধুৰিমা চৌধুৰী

April 28, 2021 0 By Biraj Kalita

বৰভূঁইকপে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।

গুৱাহাটীৰ লগতে ৰাজ্যত ভিন্ন প্ৰান্তত হয় বিস্তৰ ক্ষতি সাধন।

ভূমিকম্পৰ ফলত গুৰুতৰভাৱে আহত অভিনেত্ৰী মাধুৰিমা চৌধুৰী।

জানিব পৰা মতে, ভূমিকম্পৰ সময়ত শুই আছিল অভিনেত্ৰী গৰাকী।

আতংক হৈ দৌৰতে পিচলি পৰে চৌধুৰী।

যাৰ ফলত এখন হাত তিনি টুকুৰাকৈ ভাগে অভিনেত্ৰী গৰাকীৰ।

অভিনেত্ৰী গৰাকী বৰ্তমান প্ৰতীক্ষা হস্পিতালত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

মৰ্মান্তিক! অসমৰ আন এগৰাকী কন্ঠশিল্পীৰ প্ৰাণ ল’লে কােৰােনাই