ভূমিকম্পৰ ফলত নগাঁও ভেৰভেৰি স্থিত মহামৃত্যুঞ্জয় মন্দিৰত বৃহৎ ফাঁট

April 28, 2021 0 By Biraj Kalita

বৰভূঁইকপে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূমিকম্পৰ ফলত হয় বিস্তৰ ক্ষতিসাধন।

ভূমিকম্পৰ ফলত নগাঁও ভেৰভেৰি স্থিত মহামৃত্যুঞ্জয় মন্দিৰত ফাঁট মেলা পৰিলক্ষিত হৈছে।

১২৬ ফুট উচ্চতাৰ পৃথিৱীৰ সৰ্বোচ্চ লিংগাকাৰ মন্দিৰ হিচাবে পৰিচিত নিৰ্মীয়মান মন্দিৰ ভাগৰ ওপৰ অংশত এটি অস্বাভাৱিক ফাট মেলা পৰিলক্ষিত হৈছে।