ভেকচিন প্ৰসংগক লৈ উত্তপ্ত বিধান সভা, ৩ বজালৈ স্থগিত সদন…
July 16, 2021ভেকচিন প্ৰসংগক লৈ উত্তপ্ত বিধান সভা।
ভেকচিনক লৈ কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ।
মন্ত্রী পীয়ুষ হাজৰিকাই আনিলে এই অভিযোগ।
ভৰত নৰহৰ ওপৰত খৰ্গহস্ত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত।
ভৰত নৰহে সদনক বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ।
উত্তপ্ত পৰিস্থিতিৰ বাবে সদন ৩ বজালৈকে স্থগিত।
উল্লেখ্য যে, ৩বজাত আজি সদনত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী কেশৱ মহন্তই