ভোট গণনাৰ পূৰ্বে কোকৰাঝাৰত UPPL কাৰ্যালয়লৈ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা…

April 30, 2021 0 By Biraj Kalita

ভোট গণনাৰ পূৰ্বে কোকৰাঝাৰত গুলীচালনাৰ ঘটনা।

নৈশ সান্ধ্য আইন অব্যাহত থকাৰ মাজতে কোকৰাঝাৰৰ হালাংবাজাৰত গুলীচালনা।

কোকৰাঝাৰত হালংবজাৰস্থিত ইউপিপিএল ৰ কাৰ্যালয়ত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।

বৃহস্পতিবাৰৰ মাজনিশা সংঘটিত হয় এই গুলীচালনা।

দৈব্যক্ৰমে এই ঘটনাত কোনো হতাহত হোৱা নাই।

আৰক্ষীয়ে ঘটনাস্থলিত ৩ টা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।

ইয়াকে লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে কোকৰাঝাৰত।

ৰাজনৈতিক ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ