ভয়ংকৰ অগ্নিকাণ্ডঃ জ্বলি ভস্মীভূত এটা ব্যক্তিগত কোম্পানী…
July 13, 2021পাঠশালাৰ কেন্দুগুৰিত সংঘটি হৈছে এক অগ্নিকাণ্ড।
জ্বলি ভস্মীভূত এটা ব্যক্তিগত কোম্পানী।
পাঠশালাৰ কেন্দুগুৰিস্থিত অনুপম প্রাইভেট কোম্পানীত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
ঘটনাস্থলিত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
বিতুমিনৰ টেংকিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই।