ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো প্ৰতিষ্ঠান…
July 22, 2021যোৰহাটৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড।
যোৰহাটৰ গড়আলিত ভয়ংকৰ অগ্নিকাণ্ড।
গড় আলীৰ ইলি চিনেমা হ’লৰ সমীপত অগ্নিকাণ্ড।
ভাৰত হাৰ্ডৱেৰ, উষা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত।
শ্বৰ্টচাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
বৰ্তমানলৈ অগ্নিকাণ্ডত হোৱা ক্ষয়ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই।
অগ্নি নিৰ্বাপক বাহিনীৰ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত