ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ, তিনিটাকৈ বাসগৃহ ভস্মীভূত…
July 24, 2021মানকাচৰৰ কুচনীমাৰাত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা।
বিস্ফোৰণৰ ফলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়
অগ্নিকাণ্ডৰ ফলত মিজানুৰ ৰহমান নামৰ এজন লোকৰ তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই ঘটনা।
অগ্নিকাণ্ডৰ ফলত কেবা লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়।
অৱশেষত মানকাচৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।