ভয়ংকৰ পথ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰে ৫জন সদস্যৰ কৰুণ মৃত্যু!
December 22, 2020এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে ৫জন সদস্যই সাৱটিলে কৰুণ মৃত্যুক।
আনহাতে গুৰুতৰভাৱে আহত হৈছে তিনিগৰাকীলৈ লোক।
মধ্য প্ৰদেশৰ বাৰানসীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰ বেগেৰে আহি থকা টেংকাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
মঙলবাৰে পুৱা প্ৰায় ৬বজাত সংঘটিত হৈছিল এই ঘটনাতো।