ভয়ংকৰ পথ দুৰ্ঘটনা! দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, পথৰ ওপৰতে বাগৰি পৰিল টাটা মেজিক…

March 24, 2022 0 By Biraj Kalita

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, পথৰ ওপৰতে বাগৰি পৰিল টাটা মেজিক।

নাজিৰাৰ মেকিপুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

এখন টাটা মেজিক আৰু এখন টাটা ম’বাইলৰ মাজত মুখুমুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

ফলত পথৰ ওপৰতে বাগৰি পৰে টাটা মেজিক বাহনখন।

দুৰ্ঘটনাটোত কম-বেছি পৰিমাণে দুয়োখন বাহনৰে চালকসহ হেণ্ডিমেন আঘাতপ্ৰাপ্ত হয়।