ভয়ংকৰ পথ দুৰ্ঘটনা, দ-খাৱৈত বাগৰিল গেছ চিলিণ্ডাৰ ভৰ্তি বাহন…

July 22, 2021 0 By Biraj Kalita

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দ-খাৱৈত বাগৰিল গেছ চিলিণ্ডাৰ ভৰ্তি বাহন।

যোৰহাট বাইপাছৰ শান্তিপুৰ নামঘৰৰ তোৰণৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকখনৰ চালকৰ।

তিনিচুকীয়াৰ দিশৰ পৰা অহা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS-23CC-1245।

জানিব পৰা মতে ট্ৰাকখনত ৩০৬টা গেছ চিলিণ্ডাৰ আছিল।