ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত এজন…

June 14, 2021 0 By Biraj Kalita

কাৰ্বি আংলঙৰ বোকাজানৰ ডিলাইত শোকাৱহ পথ দুৰ্ঘটনা।

বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত গোপাল ছেত্ৰী নামৰ বাইক আৰোহীজন।

AS-09-A-6636 নম্বৰৰ বাইকখন লৈ আহি আছিল নিহত গোপাল ছেত্ৰীয়ে।

ডিলাইৰ পৰা মানজা অভিমুখে গৈ আছিল গোপাল ছেত্ৰী।

বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ নম্বৰ হৈছে NL-02-G-6723।