ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত এজন…
June 14, 2021কাৰ্বি আংলঙৰ বোকাজানৰ ডিলাইত শোকাৱহ পথ দুৰ্ঘটনা।
বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত গোপাল ছেত্ৰী নামৰ বাইক আৰোহীজন।
AS-09-A-6636 নম্বৰৰ বাইকখন লৈ আহি আছিল নিহত গোপাল ছেত্ৰীয়ে।
ডিলাইৰ পৰা মানজা অভিমুখে গৈ আছিল গোপাল ছেত্ৰী।
বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ নম্বৰ হৈছে NL-02-G-6723।