মন্দিৰৰ চুৰি সামগ্ৰী উদ্ধাৰ, আটক ২

August 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁৱত মন্দিৰ চুৰি সামগ্ৰী উদ্ধাৰ।

নগাঁও চাৰিখুটীৰ চাবিনা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ মন্দিৰৰ সামগ্ৰীখিনি।

কালীৰ মূৰ্তিকে ধৰি বহু মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰে নগাঁও আৰক্ষীয়ে।

আৰক্ষীয়ে আটক কৰে চুৰটো আৰু দুই জুৱেলাৰীক।

ধৃত চোৰ নজৰুল ইছলাম আৰু ধৃত দুই জুৱেলাৰী শ্বৰিফুল ইছলাম বুলি জানিব পৰা গৈছে।