সুৰাপায়ীসকলৰ বাবে সুখবৰ! এতিয়াৰে পৰা অনলাইনত পাব সুৰা…

July 14, 2021 0 By Biraj Kalita

মহানগৰবাসীৰ বাবে এক সুখবৰ।

এতিয়াৰে পৰা অনলাইনত পাব সুৰা।

উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাছ উচ্চ ন্যায়ালয় নিৰ্দেশৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

অৱশ্যে আৰম্ভণিতে কেৱল ১ মাহৰ বাবে প্ৰথমে পৰীক্ষামূলক ভাৱে আৰম্ভ হব এই অনলাইন সুৰা যোগান পদ্ধতি।

বৰ্তমানে কেৱল গুৱাহাটী পৌৰ নিগমৰ অধীনৰ অঞ্চলতহে অনলাইন যোগে সুৰা যোগান ধৰা হব।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু পিয়ুষ হাজৰিকাই এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে।