মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপলব্ধ হ’ব ক’ভিড ভেকচিন…

June 1, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপলব্ধ হ’ব ক’ভিড ভেকচিন।

উল্লেখ্য যে চেৰাম ইনষ্টিটিউটৰ পৰা ২০,০০০ ক’ভিশ্বিল্ডৰ ড’জ লাভ কৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে।

ৰাজ্যত কৰ’ণাৰ ভয়াৱহতাৰ মাজতে বিভিন্ন সময়ত ভেকচিনৰ নাটনিৰ ফলত অসুবিধাত পৰিছিল সাধাৰণ লোক।

এই খবৰে যথেষ্ট সকাহ দিব ৰাজ্য বাসীক।