মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছসহ আৰক্ষীৰ জালত এজন…
March 29, 2022মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত।
আৰক্ষীৰ জালত এজন ড্ৰাগছ পেডলাৰ।
CENTRAL SOG (Spacial Operation Group) ৰ জালত পৰিছে ড্ৰাগছ পেদলাৰজন।
গীতানগৰত অভিযান চলাই আটক এটা পেডলাৰ।
ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই হাতে লোটে ধৰা পেলাই পেডলাৰজনক।
১২টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ সহ আৰক্ষীৰ জালত প্ৰণৱ কলিতা নামৰ এজন।
লগতে আৰক্ষীয়ে জব্দ কৰিছে নগদ ২০০০ টকা।
সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত প্ৰণৱ কলিতাক।