মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ADGP হৰমীট সিঙে

July 19, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ADGP হৰমীট সিঙে।

পূৰ্বৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাৰ পৰা হৰমীট সিঙে গ্ৰহণ কৰিলে দায়িত্ব।

জনসাধাৰণ তথা সংবাদ মাধ্যমৰ সম্পূৰ্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ আশ্বাস আশ্বাস হৰমীট সিঙৰ।

অপৰাধমুক্ত গুৱাহাটী আৰু সুৰক্ষাৰ ক্ষেত্রত কাম কৰি যোৱাৰ আশ্বাস আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব লোৱা হৰমীট সিঙৰ।