মহিলা নিৰুদ্দেশ
December 19, 2021নিউজ ডেস্ক। উত্তৰ লখিমপুৰৰ ডিজু চাপৰি গাঁৱৰ পৰা ১০ দিন ধৰি নিৰুদ্দেশ এগৰাকী মহিলা।
উত্তৰ লখিমপুৰৰ ডিজু চাপৰি গাঁৱৰ নিবাসী ৰমেশ শৰ্মাৰ পত্নী অঞ্জলী শৰ্মা যোৱা ১০ দিনে নিৰুদ্দেশ হৈ থকাৰ ঘটনা সংঘটিত হৈছে।
নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত ৰমেশ শৰ্মাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
কিন্তু আজি পৰ্যন্ত পত্নী অঞ্জলী শৰ্মাৰ কোনো শুংসূত্ৰ লাভ নকৰাত উপায়হীন হৈ পৰিছে পৰিয়ালৰ লােক।
কোনো সদাশয় লোকে যদি অঞ্জলী শৰ্মাৰ কিবা সন্ধান লাভ কৰে তেন্তে ৮১৩৩৯-৩২০৬০ নম্বৰত যোগাযোগ কৰিবলৈ কৰযোৰে আহ্বান জনাইছে অঞ্জলী শৰ্মাৰ স্বামী ৰমেশ শৰ্মাই।
লগতে চাওকঃ
আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ