মাতৃ-পুত্ৰ-পত্নীৰ সৈতে দুদিন কটাই পুনৰ চিকিৎসালয়লৈ উভতিল অখিল গগৈ…
June 27, 2021অৱশেষত দুদিনৰ অন্তত পুনৰ চিকিৎসালয়লৈ উভতিল বিধায়ক অখিল গগৈ।
চৰকাৰী নিৰ্দেশ মৰ্মে মাতৃৰ কাষৰ পৰাই লৈ যোৱা হ’ল অখিল গগৈক।
মাতৃৰ চৰণ চুই বিদায় মাগিলে অখিল গগৈয়ে।
পুত্ৰৰ বিদায়ৰ সময়ত আৱেগিক হৈ পৰিল মাতৃ প্ৰিয়দা গগৈ।
কান্দি কান্দি পুত্ৰক বিদায় জনালে মাতৃয়ে।
অখিলৰ বিদাই বেলাত শোকাকুল পৰিস্থিতি সমগ্ৰ চেলেংহাটত।
বিদায় মুহূৰ্তত অৱৰ্ণনীয় পৰিৱেশ মৰিয়নীৰ গাওঁখনত।