মাৰাত্মক কৰ’ণাত আক্ৰান্ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৫০ শতাংশৰো অধিক কৰ্মচাৰী

April 12, 2021 0 By Biraj Kalita

দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

কৰ’ণাৰ দ্বিতীয়টো ঢৌত প্ৰায় বিধ্বস্ত হৈছে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী আক্ৰান্ত হৈছে কৰ’ণাত।

উল্লেখ্য যে, কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা ভিডিঅ কনফাৰেন্সিং জৰিয়তে ন্যায়ালয়ৰ শুনানি প্ৰদান কৰিব ন্যায়াধীশ সকলে।